শোণিতপুৰত অৰুণাচলী সুৰা জব্দ। শোণিতপুৰৰ ১২ মাইলত অৰুণাচলী সুৰা জব্দ। ৰঙাপৰা আবকাৰী আৰু চাৰিদুৱাৰ আৰক্ষীৰ যুটীয়া অভিযানত জব্দ সুৰাখিনি ৷ অসম-অৰুণাচল সীমান্তৰ ১২ মাইলৰ এখন ঘৰত AR – 04- 3126 নম্বৰৰ এখন গাড়ীত অবৈধভাৱে মজুত কৰি ৰখা অৱস্থাত জব্দ সুৰাখিনি৷ এক গোপন সুত্ৰৰ পমখেদি আবকাৰী আৰু আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি। Share this:FacebookX Related Post navigation পুনৰ ব্যৰ্থ অসম আৰক্ষী বিএলএছ ই-চাৰ্ভিচেছে অসমত গুৰুত্বপূৰ্ণ স্বাস্থ্য বীমা সামগ্ৰী আগবঢ়োৱাৰ বাবে এভিআইচিএলৰ সৈতে অংশীদাৰীত্ব কৰিছে