নিশা নগাঁৱৰ ৰূপহীহাট আৰক্ষীৰ অভিযানত কদমগুৰিৰ এঘৰত উদ্ধাৰ এটা গঁড়ৰ খৰ্গ। খৰ্গটোৰ ওজন ১ কেজি ২০০ গ্ৰাম। কদমগুৰিৰ আবু হানিফাৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ গঁড়ৰ খৰ্গটো।আটক আবু হানিফাক। আৰক্ষীয়ে বঙাইগাঁও আৰু নগাঁৱৰ পৰা দুজন লোকক আটক কৰি তেওঁলোকৰ স্বীকাৰৰ ভিত্তিত কদমগুৰিৰ আবু হানিফাৰ ঘৰত চলাই অভিযান। ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন তিনিওকে বৰ্তমান জেৰা অব্যাহত ৰাখিছে। Share this:FacebookX Related Post navigation বিমান যাত্ৰীৰ মাজত হাহাকাৰ এনএমআইপিএল ভাৰতৰ বিভিন্ন অঞ্চলত ভয়াৱহ বানে ক্ষতিগ্ৰস্ত সহায়ৰ পদক্ষেপ গ্ৰহণ কৰিছে