পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। ডিব্ৰুগড়ত ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো চলাব প্ৰচাৰ অভিযান।

Leave a Reply

Your email address will not be published. Required fields are marked *