নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচলত ভূমিস্খলন। চিয়াং জিলাত পথৰ ওপৰত খহি পৰিল পাহাৰৰ প্ৰকাণ্ড শিল। পাছিঘাটত শিল খহি বন্ধ হৈ পৰিছে ৫১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে পথটোৰে যাতায়াত। Share this:FacebookX Related Post navigation প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপি নেতাই মেজেণ্টা মোবিলিটিয়ে টাটা মটৰ্চৰ সৈতে ইয়াৰ অংশীদাৰীত্ব দৃঢ় কৰে