নেপালৰ কাঠমাণ্ডুৰ বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ১৮জনলৈ বৃদ্ধি। জীৱন্তে উদ্ধাৰ বিমানখনৰ পাইলট মনীষ শ্বাকিয়াক। সংকটজনক অৱস্থাত উদ্ধাৰ মনীষ শ্বাকিয়াক। বিমানখনত আছিল ১৯ গৰাকী যাত্ৰী। আটাইকেইগৰাকী যাত্ৰী আছিল সৌৰ্য এয়াৰলাইনছৰ কাৰিকৰী বিভাগৰ কৰ্মচাৰী। ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় বিমানখন।

Leave a Reply

Your email address will not be published. Required fields are marked *