পাকিস্তানত ‘শ্বুট এট ছাইট’ অৰ্ডাৰ জাৰি। নিয়ন্ত্ৰণৰ বাহিৰত ইছলামাবাদৰ পৰিস্থিতি। কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ মুক্তিৰ দাবীত উত্তাল ইছলামাবাদ। আৰক্ষী আৰু ৰেঞ্জাৰৰ ওপৰত আক্ৰমণ প্ৰতিবাদকাৰীৰ। ৰাষ্ট্ৰপতি ভৱন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, সংসদ অভিমুখে ৰাওনা প্ৰতিবাদকাৰী। ইমৰান খানৰ পত্নী বুছৰা বিবিৰ নেতৃত্বত অব্যাহত পদযাত্ৰা। প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ পদত্যাগৰ দাবী। বিশ্বৰ ভিন্ন দেশতো ইমৰান খানৰ সমৰ্থনত তীব্ৰতৰ হৈছে প্ৰতিবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *