নিমাতিৰ পৰা মাজুলীমুখী ফেৰীত অঘটন।

আহি থকা অৱস্থাতে ‘এছ বি চেনিমাই’ত সোমাল পানী ।

ফেৰীখনত পানী সোমোৱাত যাত্ৰীৰ মাজত লাগে হুৱাদুৱা।

পুৱা ৭.৩০ বজাত অফলামুখ অভিমুখে আহিছিল ফেৰীখন।

পাছত অন্য ফেৰীৰে উদ্ধাৰ কৰে যাত্ৰীসকলক।

ফেৰীখনত আছিল ৮০জন যাত্ৰী, ২৬খন বাইক, ৪খন চাৰিচকীয়া বাহন।

Leave a Reply

Your email address will not be published. Required fields are marked *