জুৱা খেলৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান। নগাওঁ আৰক্ষীৰ অভিযানকাৰী দলে চহৰ খনৰ লক্ষীনগৰত অভিযান চলাই জুৱা খেল চক্ৰৰ পাঁচজন সদস্যক গ্ৰেপ্তাৰ কৰে। অভিযানৰ সময়ত আৰক্ষীয়ে জুৱা খেলত ব্যৱহৃিত বিভিন্ন সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হয় । ধৃত জুৱাৰী কেইটা হ’ল আচিকুৰ ৰহমান, জেয়াবুৰ ৰহমান, বিল্লাল উদ্দিন, আব্দুল লতিফ, ফকৰ উদ্দিন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজনৰ ঘৰ জুৰীয়া আৰু ৰূপহী অঞ্চলত বুলি জানিব পৰা গৈছে । Share this:FacebookX Related Post navigation কলিয়াবৰত মাথাউৰি ভাঙি পৰিল বাইক আৰোহী এয়াৰ ইণ্ডিয়াই আৰম্ভ কৰিছে এআই-চালিত ইজেড বুকিং