এইবাৰ ৰূপহীহাটত আৰক্ষীৰ জালত নকল সোণৰ নাওঁসহ বহি: ৰাজ্যৰ এক চক্ৰ।

উৰিষ্যাৰ পৰা তিনিজনীয়া এক চক্ৰই সোণৰ নাওঁ ক্ৰয় কৰিবলৈ আহিছিল ৰূপহীহাটৰ হাতীপাৰা লৈ, সেই সময়তে ৰূপহীহাট আৰক্ষীয়ে নকল সোণৰ নাওঁসহ আটক কৰে চাৰিজন কৈ লোকক।

ধৃত লোক কেইজন হৈছে উৰিষ্যাৰ বিদ্যাধৰ, দুৰ্গাপ্ৰসাদ বাৰি, বিজয় কুমাৰ আৰু নগাওঁ হেৰাপট্ৰিৰ জিয়াবুৰ হক।

ধৃত লোক কেইজনে এজন লোকক দুই লাখ টকা আদায় দি নকল সোণৰ নাওঁ খন লোৱা অৱস্থাতে আৰক্ষীয়ে আটক কৰে যদিও নকল নাওঁ যোগান ধৰা লোকজনে পলায়ন কৰে।

বৰ্তমানেও আৰক্ষীয়ে গোটেই চুৰি চক্ৰটো সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *