ৰূপহীহাটৰ ছাইদৰীয়াত নকল টকাক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা। সৰু লৰা ছোৱালীয়ে খাদ্যৰ পেকেটৰ ভিতৰত পোৱা টকাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট ঘটনা সংঘটিত হয়। আবু বক্কৰ ছিদ্দিক আৰু ইবু নামৰ দুজন লোকৰ মাজত মাৰপিটত চাৰিজনকৈ লোক গুৰুত্বৰ বাবে আঁহত হয়। অভিযোগ অনুসৰি দিনত দুই পক্ষৰ মাজত হোৱা কাজিয়াৰ গোচৰ থানাত ৰুজু কৰি আবু বক্কৰৰ পৰিয়ালে ঘৰত গৈ থকা অৱস্থাত ইবু নামৰ লোকজনৰ এটি দলে মাৰপিট কৰাৰ অভিযোগ। আবু বক্কৰ ছিদ্দিক নামৰ লোকজনৰ পৰিয়ালৰ ইবু নেতৃত্বত চলা আক্ৰমণত চাৰিজনকৈ লোক গুৰুত্বৰ বাবে আহত হয়। Share this:FacebookX Related Post navigation ৰূপালী পৰ্দত চমক দিবলৈ সাজু জুবিন গাৰ্গ অভিনীত ‘চিকাৰ’ পঞ্চায়তৰ সীমা নিৰ্ধাৰণ আৰু নাম সালনিক লৈ জ্বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত