বাংলাদেশৰ অস্থিৰতাৰ মাজতে ধিঙত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক। হুমায়ুন কবিৰ নামৰ বাংলাদেশী নাগৰিকজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। চোৰাং গৰু সৰবৰাহত জড়িত বাংলাদেশী নাগৰিকজন। বজাৰত গৰু ক্ৰয় কৰিবলৈ আহোঁতেই গ্ৰেপ্তাৰ বাংলাদেশৰ ছিলেট জিলাৰ বাসিন্দা হুমায়ুন কবিৰ। ৪ আগষ্টত মেঘালয়ৰ ডাউকী সীমান্তৰে ভাৰতত অবৈধ প্ৰৱেশ হুমায়ুনৰ। ইপিনে চোৰাং গৰু সৰবৰাহৰে জড়িত আন ৩ অসমৰ নগৰিককো গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ নগাঁৱৰ খাটোৱালৰ আবুল হুছেইন, মুকবুল হুছেইন, মতিবুৰ ৰহমান। Share this:FacebookX Related Post navigation ভাৰতলৈ আহিল আন এক বেয়া খবৰ আইটিচি ছানফিষ্টে শিশুৰ পুষ্টি উন্নত কৰিবলৈ ‘ছুপাৰ এগ এণ্ড মিল্ক’ বিস্কুট প্ৰৱৰ্তন কৰে