দেৰগাঁৱৰ ফুকন নগৰত নিশা পথ দুৰ্ঘটনা। পথৰ দাঁতিৰ বিদ্যুতৰ খুঁটাত খুন্দা তীব্ৰবেগী বাইকৰ। দুৰ্ঘটনাত থিতাতে নিহত জিজ্ঞাস নামৰ যুৱক। দুৰ্ঘটনাত সঞ্জয় বৰা নামৰ এজন আহত। দুৰ্ঘটনাত ভাগি পৰে ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী খুঁটাটো। Share this:FacebookX Related Post navigation আৰণ্যকৰ উদ্যোগত কাৰ্বি মহিলাক হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ ৰূপহীহাটত চোৰাং চিকাৰী আটক