দক্ষিণ কোৰিয়াত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনা । বিমান দুৰ্ঘটনাত কমেও ৮৫ জন লোকৰ মৃত্যু হৈছে । নিহত লোকসকলৰ ভিতৰত ৪৬ গৰাকী মহিলা আৰু ৩৯ জন পুৰুষ। মুয়ানৰ জৰুৰীকালীন বিষয়াসকলে জনোৱা মতে, বিমানখনৰ লেণ্ডিং গিয়াৰত বিজুতি হোৱা ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। নিহত লোকসকলৰ ভিতৰত ৪৬ গৰাকী মহিলা আৰু ৩৯ জন পুৰুষ। ৱালত খুন্দা মৰাৰ ফলত বিমানখনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ জুই নিয়ন্ত্ৰণৰ বাবে ৩২খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু কেইবাখনো হেলিকপ্টাৰ নিয়োগ কৰা হৈছে।পৰিবহণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, স্থানীয় সময় অনুসৰি আজি পুৱা ৯:০৩ বজাত এই ঘটনা সংঘটিত হয়। Share this:FacebookX Related Post navigation নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ভাল খবৰ বিবাহস্থলীত পুনৰ লাগিল অথন্তৰ