ডুমডুমাত অস্ত্ৰসহ এজনক আটক আৰক্ষীৰ। আটক আত্মসমৰ্পণকাৰী আলফা সদস্য ধন বড়াক। অস্ত্ৰ বিক্ৰী কৰিবলৈ আহি জালত প্ৰাক্তন আলফা সদস্যগৰাকী। জব্দ এটা আমেৰিকান পিষ্টল, ১২ জাঁই সক্ৰিয় গুলী। ধৃত ধন বড়াৰ ঘৰ ডুমডুমাৰ কৰ্দৈগুৰিৰ বৰগড়াত। Share this:FacebookX Related Post navigation শক্তি মিছন যন্ত্ৰই ৰাজহুৱা সমস্যাৰ পৰা ৪১.১৫ কোটি টকা লৈকে সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে তৃতীয় দিনাও বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা