নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ সফল অভিযান। চাৰিটা চাবোনৰ বাকচ ভৰ্তি সন্দেহযুক্ত হিৰ’ইন সহ আটক দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

এক গোপন খবৰৰ ভিত্তিত জুৰীয়াৰ উদমাৰি বালুগুটিয়াত চলিছিল আৰক্ষীৰ এই অভিযান

ধৃভ নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে শিমলুগুৰিৰ জহিৰুল ইছলাম আৰু নুৰজামাল

জব্দকৃত সন্দেহ যুক্ত হিৰ’ইন খিনিৰ পৰিমাণ ৫৪.১৩ গ্ৰাম

সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে দুই সৰবৰাহকাৰীক।

Leave a Reply

Your email address will not be published. Required fields are marked *