পুনৰ জ্বলিছে বাংলাদেশ।বাংলাদেশত লক্ষ্য কৰি লোৱা হৈছে আৱামী লীগৰ নেতাৰ ঘৰ। অগ্নিসংযোগ কৰা হৈছে তেওঁলোকৰ বাসগৃহত। একে সময়তে বুলডজাৰ ব্যৱহাৰ কৰিও ভাঙি পেলোৱা হৈছে। এনে তাণ্ডৱ আৰু অগ্নিসংযোগক লৈ উদ্বেগ প্ৰকাশ কৰি বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে কয় যে শ্বেখ হাছিনাৰ মন্তব্যৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। Share this:FacebookX Related Post navigation পুনৰ আটক দুই বাংলাদেশীক কেচ্চ স্পাইচেছে বলীউডৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰ আৰু ৰাজপাল যাদৱক লৈ দুটা নতুন টেলিভিছন বিজ্ঞাপন মুকলি কৰাৰ কথা ঘোষণা কৰিছে