ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰী জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ধুবুৰী জিলাৰ ধুবুৰী সদৰ চহৰৰ ১৪ নং ৱাৰ্ডৰ বাসিন্দা আকবৰ আলী সৰকাৰ(৬০) আৰু বিলাসীপাৰা মহকুমাৰ ৰাণীগন্জ এলেকাৰ আফ্ৰিণ বেগম নামৰ দুবছৰীয়া শিশু এটি জাপানীজ এনকেফেলা ইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে। Share this:FacebookX Related Post navigation ২,০৯,৯০০ টকা প্ৰাৰম্ভিক মূল্যত উপলব্ধ য়েজদি এডভেঞ্চাৰ, এডভেঞ্চাৰ মটৰ চাইক্লিঙৰ ক্ষেত্ৰখনত নতুন মানদণ্ড নিৰ্ধাৰণ নগাঁৱৰ দেউৰা বিলত উচ্ছেদ