জম্মু-কাশ্মীৰৰ কাঠুৱাত নিশা গুলীচালনা। আৰক্ষীৰ গুলীত নিহত গেংষ্টাৰটোৰ নাম বাসুদেৱ। সংঘৰ্ষত মূৰত আঘাতপ্ৰাপ্ত প্ৰশিক্ষণৰত আৰক্ষী বিষয়া দীপক শৰ্মা। চিকিৎসাধীন অৱস্থাত আজি মৃত্যু PSI দীপক শৰ্মাৰ। কাঠুৱাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ সমীপত হৈছিল গুলীয়াগুলী। আন এজন আৰক্ষীৰ শীৰ্ষ বিষয়া অনিল কুমাৰো আহত গুলীচালনাত। Share this:FacebookX Related Post navigation মণিপুৰৰ বিজেপি নেতাৰ কংগ্ৰেছত যোগদান লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই