কুঁৱলীৰ বাবে দেশৰ ভিন্ন প্ৰান্তত ব্যাহত হৈছে স্বাভাৱিক জীৱন যাত্ৰা। ঘন কুঁৱলীৰ বাবে যান-বাহন চলোৱা অসুবিধাৰ সন্মুখীন হৈছে চালকসকল। ইয়াৰ মাজতে ৰাজ্যৰ ২২খন জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।নেদেখা হৈ পৰিছে বাট-পথ। যাৰ বাবে সংঘটিত হৈছে দুৰ্ঘটনা।কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা,বঙাইগাঁও,গোৱালাপাৰা, বজালী, নলবাৰী, কামৰূপ, গুৱাহাটী মহানগৰ, নগাঁও, মৰিগাঁও, হোজাই,পূব-পশ্চিম কাৰ্বি আংলং, হাইলাকান্দি, শ্ৰীভূমি, মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া আদিত Yellow Alert জাৰি বিজ্ঞান বিভাগৰ। Share this:FacebookX Related Post navigation আজি পুৱা মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ফ্লিপকাৰ্ট আৰু এপিএফবিচি কৰ্মশালাই অসমৰ শিল্পীসকলৰ বাবে বজাৰৰ সুযোগ বৃদ্ধি কৰে