কন্যাকুমাৰীৰ বিবেকানন্দ শিলাস্মাৰকত ধ্যানত বহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ শনিবাৰে বিয়লিহে অন্ত পৰিব প্ৰধানমন্ত্ৰী মোদীৰ বহু চৰ্চিত ধ্যান৷ ধ্যানৰ পূৰ্বে কন্যাকুমাৰীৰ ভগৱতী দেৱী অম্মন মন্দিৰত পূজা মোদীৰ৷ গেৰুৱা বসন পৰিধান কৰি ধ্যানত বহিল মোদী৷ Share this:FacebookX Related Post navigation নুমলীগড়ত চাঞ্চল্যকৰ ঘটনা ক্ৰীমলাইন ডেইৰী প্ৰডাক্টছ লিমিটেডে গড্ৰেজ মাই ফাৰ্ম মুকলি কৰে