গহপুৰৰ হেলেমত বৃহৎ চোৰৰ গেং আটক। ট্ৰাক-স্কৰপিঅ’সহ ৮ গভাইত চোৰ আটক হেলেম আৰক্ষীৰ। ৰাজ্যৰ ভিন্নপ্ৰান্তত চুৰিকাৰ্য সংঘটিত কৰিছিল চোৰকেইটাই। আটক মুকালমুৱৰ চাব্দান খান, ছাফিকুল ইছলাম, আক্ৰোম আলী, চায়েদ আলী, নাজ্ৰোল হক, কায়েম আলী, জাহাৰুদ্দিন আলী, বদিউদ জামান সৰকাৰক। Share this:FacebookX Related Post navigation Amazon.in সৃষ্টিকৰ্তা বিশ্ববিদ্যালয় আৰু সৃষ্টিকৰ্তা সংযোগ আৰম্ভ কৰে, সমল সৃষ্টিকৰ্তাসকলক সজ্জিত কৰাৰ লক্ষ্যৰে এক শিক্ষা কাৰ্যসূচী পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ