কোকৰাঝাৰৰ ছালাকাটিৰ চাহ বাগানত দেওবাৰে নিশা সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। আৰক্ষীৰ এনকাউন্টাৰত যোৱা ২৫জুনত কোকৰাঝাৰত সংঘটিত এলআইচিৰ ধন লুটৰ ঘটনাৰ সৈতে জড়িত আমিৰ হুছেইন নামৰ এটা ডকাইতৰ বাওঁভৰিত গুলী লাগি আহত হোৱা বুলি জানিব পাৰা গৈছে৷ আমিৰ হুছেইন ঘৰ চিৰাং জিলাৰ বিজনীৰ তিনি নং ভান্দাৰত৷

Leave a Reply

Your email address will not be published. Required fields are marked *