কানাডাক পৰাস্ত কৰি কোপা আমেৰিকাৰ ফাইনেলত প্ৰৱেশ আৰ্জেণ্টিনাৰ। দ্বিতীয় সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় গ’ল স্ক’ৰাৰ লিঅ’নেল মেছি । মেছিয়ে কানাডাৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ হৈ দ্বিতীয়টো গ’ল কৰি ইৰাণৰ হৈ আলি দাইৰ গ’লৰ সংখ্যা (১০৮) অতিক্ৰম কৰে। ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ (১৩০) পাছতে সৰ্বকালৰ দ্বিতীয় সৰ্বাধিক গ’ল স্ক’ৰাৰ হয় মেছি।

Leave a Reply

Your email address will not be published. Required fields are marked *