কলিয়াবৰ আমবাগানত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত বাইক আৰোহী ছহিদুল ইছলাম। মৃত ছহিদুল ইছলাম আছিল দুই সন্তানৰ পিতৃ। নিশা বিয়া খাই ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় দুৰ্ঘটনা। ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষীৰ তদন্ত আৰম্ভ।

Leave a Reply

Your email address will not be published. Required fields are marked *