উত্তৰ প্ৰদেশৰ হাথৰছত শোকাৱহ ঘটনা৷

ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ বৰ্তমানলৈ ১২২গৰাকী লোকৰ মৃত্যু৷

মৃতকৰ ভিতৰত আছে ৫০গৰাকীৰো অধিক মহিলা, ৩টা শিশু৷

ভোলাবাবা সৎসংগৰ কাৰ্যসূচীত এই অঘটন৷

Leave a Reply

Your email address will not be published. Required fields are marked *