উজনিত ভয়ংকৰ ৰূপ ধাৰণ এনকেফেলাইটিছৰ। পুনৰ এনকেফেলাইটিছত আক্ৰান্ত ৩ শিশুসহ এজন প্ৰাপ্ত বয়স্ক লোক। মাজুলী, যোৰহাট, গোলাঘাটৰ ৪জন চিকিৎসাধীন এই ৰোগত। JMCHত চিকিৎসাধীন এই ৪গৰাকী আক্ৰান্ত। পূৰ্বে এই ৰোগত আক্ৰান্ত হৈ যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যু ৩ শিশুৰ । Share this:FacebookX Related Post navigation ফ্লিপকাৰ্ট অডিঅ’ত আপোনাৰ বাজেট আৰু শৈলী অনুসৰি পাব সকলো সামগ্ৰী মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ ঘটনা