২০২৬ চনৰ ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপত জয়লাভ কৰিছে ভাৰতে ৷ শুকুৰবাৰে অনুষ্ঠিত ফাইনেল মেচত ভাৰতে ইংলেণ্ডক ১০০ ৰাণত পৰাস্ত কৰে । ভাৰতৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ এয়া ষষ্ঠটো খিতাপ ।

বৈভৱ সূৰ্যবংশীৰ ১৭৫ ৰাণ আৰু শক্তিশালী বলিং প্ৰদৰ্শনে ভাৰতক ঐতিহাসিক বিজয় প্ৰদান কৰে ৷ ইংলেণ্ডে ৪০.২ অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ৩১১ ৰাণ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *