আজি CIDৰ কাৰ্যালয়ত হাজিৰ হ’ব দেৱব্ৰত শইকীয়া। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আইন উলংঘাৰ গোচৰত হাজিৰ হ’ব লাগিব। যোৱা জানুৱাৰী মাহত অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আছিল। যাত্ৰাৰ সময়ত গুৱাহাটীত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। সেই ঘটনাৰ পৰিপ্ৰেক্ষিততে CIDয়ে দেৱব্ৰত শইকীয়ালৈ জাননী দিছিল। CIDৰ জাননীৰ ভিত্তিত আজি CIDৰ সন্মুখত উপস্থিত হ’ব শইকীয়া। Share this:FacebookX Related Post navigation যোৰহাট আৰক্ষীৰ নিকৃষ্ট কাণ্ড ভিট্ৰেৰেটিনাল অস্ত্ৰোপচাৰত ডাঃ আহমেদৰ অসাধাৰণ অৱদান