আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাত পুনৰ আৰম্ভ ফেৰী সেৱা। সোমবাৰৰ পৰা ৩ দিনৰ বাবে বন্ধ আছিল ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে বন্ধ আছিল ফেৰী সেৱা। পুৱা ৬ বজাৰ পৰা পুনৰ মুকলি কৰি দিয়া হৈছে ফেৰী সমূহ। Share this:FacebookX Related Post navigation লামডিং ৰে’ল জংচনত অঘটন টাইটান ৱৰ্ল্ডে মাতৃ দিৱসৰ এক হৃদয়স্পৰ্শী কেম্পেইন মুকলি কৰিছে