ইতিমধ্যে প্ৰায় ৫টা সমষ্টিৰে ফলাফল পোহৰলৈ আহিছে। ৫টা সমষ্টিতে জয় হৈছে বিজেপিৰ প্ৰাৰ্থী। মূলতঃ বিজেপি-অগপ মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছৰ মাজতে দেখা গ’ল নিৰ্বাচনী যুঁজ। ধলাইত বিজেপিৰ প্ৰাৰ্থী নীহাৰৰঞ্জন দাসৰ জয় লাভ।ধলাই সমষ্টিত বিজেপিৰ নীহাৰ ৰঞ্জন দাসৰ বিপৰীতে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।তেওঁলোকৰ লগতে সমষ্টিটোত মুঠ ৬গৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে অমলেন্দু দাস, ধীৰাজ দাস, পৰিমল দাস, ৰাজু দাস আৰু গৌৰ চন্দ্ৰ দাস, দিলীপ কুমাৰ ধুবীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *