মণিপুৰৰ ৰাজপথত প্ৰায় ৩০০ ফুট দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন। গুৰুতৰভাৱে আহত কেইবাগৰাকীও যাত্ৰী। CRPFৰ লগতে স্থানীয় ৰাইজে উদ্ধাৰ কৰে যাত্ৰীসকলক। আহত যাত্ৰীসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ। ননী জিলাৰ কটলেনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা। Share this:FacebookX Related Post navigation মিজোৰামত টিকেএমে আৰম্ভ কৰিছে টেকনিকেল এডুকেচন প্ৰগ্ৰাম ভাৰতৰ বাবে আহিল এক সুখবৰ