শিৱসাগৰৰ দিচাং ৰজাবাৰীত ভয়ংকৰ দুৰ্ঘটনা। দলঙৰ ৰেলিং ভাঙি দিচাং নৈত পৰিল ১২ চকীয়া ট্ৰাক। তিনিচুকীয়াৰ পৰা যোৰহাটলৈ ৰড কঢ়িয়াইছিল ট্ৰাকখনে। কথমপি প্ৰাণ ৰক্ষা ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ। সাঁতুৰি নৈ পাৰ হয় মুকিবুৰ ৰহমান, দিলদাৰ হুছেইনে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি দুয়োকে। ট্ৰাকখন উদ্ধাৰৰ চেষ্টা আৰক্ষী, SDRFৰ। Share this:FacebookX Related Post navigation এইবাৰ সুদখোৰৰ ৰূপত এগৰাকী শিক্ষক কানাৰা ৰবেকোৱে গতিশীল সম্পত্তি আবণ্টনৰ সৈতে সন্তুলিত সুবিধা পুঁজি মুকলি কৰিছে