মহানগৰীৰ হাতীগাঁৱৰ ৰাজপথত নিশা তয়াময়া ৰণ৷ ৩গৰাকী যুৱতীৰ দল আৰু এজন যুৱকৰ মাজত প্ৰচণ্ড মাৰপিট৷ হাতীগাঁৱত আলম আনচাৰি নামৰ যুৱকজনক ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ৷ দাবী কৰা ধন নিদিয়াৰ বাবে ৰাজপথত উপৰ্যুপৰি প্ৰহাৰৰ অভিযোগ৷ Share this:FacebookX Related Post navigation টাটা মটৰ্ছে বাজাজ ফাইনেন্সৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে উত্তৰ প্ৰদেশৰ হাথৰছত শোকাৱহ ঘটনা