ভয়াৱহ প্ৰদূষণৰ কবলত পৰিছে পৰিছে দেশৰ ৰাজধানী নতুন দিল্লী আৰু ৰাজধানীক্ষেত্ৰ। দিল্লীবাসীয়ে দৈনিক ২৬টাকৈ চিগাৰেটৰ সেৱনৰ সমান বায়ু প্ৰদূষণৰ মাজত বসবাস কৰিবলগীয়া হৈছে।বায়ু প্ৰদূষণৰ বাবে ৰাজধানী চহৰখনৰ বাসিন্দাই শ্বাস- প্ৰশ্বাসৰ বিভিন্ন ৰোগত আক্ৰান্ত হ’বলগীয়া হৈছে। Share this:FacebookX Related Post navigation স্কোডা অটো ইণ্ডিয়াই অল-নিউ কাইলাক: কম্প্যাক্ট এছইউভি-ত এটা গেমচেঞ্জাৰ মুকলি কৰিছে বাজাজ ফিনচাৰ্ভ কনজাম্পচন ফাণ্ড