প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপি নেতাই। মন্ত্ৰীসভাৰ পৰা পদত্যাগ ৰাজস্থানৰ বিজেপি নেতা কিৰোডী লাল মীনাৰ। জন্মস্থান দৌছাকে ধৰি লোকসভাৰ কেইখনমান গুৰুত্বপূৰ্ণ আসন হেৰুৱালে পদত্যাগৰ প্ৰতিশ্ৰুতি দিছিল কিৰোডী লাল মীনাই। দৌছাৰ পৰা কংগ্ৰেছে জয়লাভ কৰাৰ পাছতে নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰি মন্ত্ৰীসভাৰ পৰা পদত্যাগ ৰাজস্থানৰ বিজেপি নেতা কিৰোডী লাল মীনাই।

Leave a Reply

Your email address will not be published. Required fields are marked *