শুকুৰবাৰে নেপালত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি পাইছে। নিহত লোকসকলৰ ভিতৰত ২৪টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু এই আটাইকেইগৰাকী লোক মহাৰাষ্ট্ৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। চিনাক্তকৰণ হোৱা এই মৃতদেহ কেইটা আজি ভাৰতীয় বায়ুসেনাৰ বিমানৰ জৰিয়তে মহাৰাষ্ট্ৰলৈ অনা হ’ব। ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ কার্যালয়ে এই কথা নিশ্চিত কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *