আৰক্ষীৰ অজ্ঞাতে দুষ্ট চক্ৰই বিভিন্ন সময়ত চলাই গৈছে নিচাজাতীয় সামগ্ৰীৰ বেহা । সমান্তৰালভাৱে আৰক্ষীয়েও নিচাজাতীয় সমাগ্ৰী সৰবৰাহ ৰোধ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।এইবাৰ মণিপুৰত গ্ৰেপ্তাৰ হ’ল এগৰাকী আৰক্ষী ।মঃ আব্দুল মতলিব নামৰ মনিপুৰ আৰক্ষী জনৰ পৰা জব্দ কৰা হয় প্ৰায় ১০.২ কিলোগ্ৰাম নিচাজাতীয় টেবলেট । বৃহস্পতিবাৰে সৰবৰাহৰ সময়তে কাকচিং জিলাৰ পল্লেল মামাং লেইকাই এলেকাৰ পৰা মনিপুৰ আৰক্ষীয়ে জব্দ কৰে এই বুজন পৰিমাণৰ টেবলেট খিনি।

Leave a Reply

Your email address will not be published. Required fields are marked *