নিউ বঙাইগাঁৱৰ ভাওলাগুৰীত নিশা চাঞ্চল্যকৰ ঘটনা।

জ্যেষ্ঠ ভাতৃক চোকা অস্ত্ৰৰে আক্ৰমণ কনিষ্ঠ ভাতৃৰ।

ভাতৃৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মজিবৰ আলী।

সংকটজনক অৱস্থাত মজিবৰক চিকিৎসালয়ত ভৰ্তি।

আক্ৰমণকাৰী কনিষ্ঠ ভাতৃ আবুল হুছেইনক আটক আৰক্ষীৰ।

আৰক্ষীৰ তদন্ত অব্যাহত।

Leave a Reply

Your email address will not be published. Required fields are marked *