ধেমাজিত দুৰ্নীতি নিবাৰকৰ জালত শিক্ষা বিভাগৰ কৰ্মচাৰী। আটক বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে কৰায়ত্ত দিগন্ত গগৈক। বৰদলনিৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা লৈছিল উৎকোচ। Share this:FacebookX Related Post navigation কানাডাক পৰাস্ত কৰি কোপা আমেৰিকাৰ ফাইনেলত প্ৰৱেশ আৰ্জেন্টিনা শিশুৰ মৃত্যুক লৈ যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তপ্ত পৰিস্থিতি