‘ছলমান খানে ক’লা হৰিণ হত্যা কৰা নাই। আমি পঁইতাচোৰাও মৰা নাই। ছলমান খানে লৰেন্স বিষ্ণয়ৰ ওচৰত ক্ষমা বিচৰাৰ কোনো কাৰণ নাই।’ উল্লেখযোগ্য যে, পুনৰ ছলমান খানক ভাবুকি প্ৰদান কৰিছিল লৰেন্স বিষ্ণই গেঙে। ক’লা হৰিণ হত্যা কৰাৰ বাবে ছলমান খানক লৰেন্স বিষ্ণয়ৰ ওচৰত ক্ষমা বিচৰাৰ দাবী কৰিছিল অন্যথা অতি নিৰ্মম ভাৱে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল । ভাবুকিৰ পাছতে এই মন্তব্য কৰিছে ছলমান খানৰ পিতৃ চেলিম খানে। Share this:FacebookX Related Post navigation পুনৰ অৱনতি ভাৰত-কানাডাৰ কূটনৈতিক সম্পৰ্ক ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২৪ত ভি-এ ৰূপান্তৰিত কৰিছে সংযোগৰ দৃশ্যপট