তামাৰহাটৰ উজানপেটলাত চোকা অস্ত্ৰ, কুঠাৰেৰে এজনক হানি-খুঁচি হত্যা। দীৰ্ঘদিনৰ পৰা দুটা পৰিয়ালৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক বিবাদ। বিবাদ আছিল দীনেশ চেত্ৰী আৰু গোবিন ৰায়ৰ মাজত। দীনেশক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে গোবিন ৰায়ে। আত্মৰক্ষাৰ বাবে ওলোটাই গোবিনক আক্ৰমণ কৰে দীনেশে। সম্প্ৰতি দীনেশ চেত্ৰীৰ অৱস্থাও সংকটজনক। Share this:FacebookX Related Post navigation নিছান মটৰ ইণ্ডিয়া আৰু স্মাইল ট্ৰেইন: অস্ত্ৰোপচাৰৰ জৰিয়তে ২৯০টা শিশুৰ জীৱনক পুনৰ আকাৰ দিয়া কেয়াৰ্ণ অইল এণ্ড গেছৰ প্ৰতিবেদন অনুসৰি সংৰক্ষণ আৰু সম্পদত ১৯% ইয়োৱাই বৃদ্ধি