কাইলৈৰ পৰা ৫ জানুৱাৰীলৈ গুৱাহাটীত বন্ধ থাকিব পানী যোগান। পাইপ মেৰামতিৰ বাবে এই সিদ্ধান্ত জলব’ৰ্ডৰ।পুনৰ বিপদত গুৱাহাটীবাসী!অমিয় নগৰ, লীচুবাগান আৰু ৰামচাহিল DMAৰ অধীনৰ সকলো অঞ্চলত বন্ধ থাকিব পানী যোগান।চানমাৰি, ৰাজগড়, লাচিত নগৰ, উলুবাৰী, ৰূপনগৰ, বৰা চাৰ্ভিছ, বৃহত্তৰ চিৰিয়াখানা পথ, অনিল নগৰ, নবীন নগৰ, তৰুণ নগৰ, শ্ৰীনগৰ, ভাস্কৰ নগৰ, এমটি ৰোড, গীতানগৰ,অম্বিকাগিৰি নগৰ, সুন্দৰপুৰ, মানিক নগৰ, হেঙেৰাবাৰী, স্বৰাজ নগৰ, ড০ জাকিৰ হুছেইন ৰোড, ডাউন টাউন, বৰমটৰিয়া, ৰামচাহিল, লতাশিল, শিলপুখুৰী, পানবজাৰ, খাৰঘুলি ইত্যাদি অঞ্চলত বন্ধ থাকিব পানী যোগান।এই সন্দৰ্ভত সামাজিক মাধ্যযোগে তথ্য প্ৰকাশ কৰিছে গুৱাহাটী জল ব’ৰ্ডে। পাইপ মেৰামতিৰ বাবে এই সিদ্ধান্ত জলব’ৰ্ডৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *