ছাগলী মাংসৰ পৰা মাছৰ টেঙালৈ… নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ বাবে বিধে বিধে প্ৰস্তুত সুস্বাদু খাদ্য সম্ভাৰ, কি কি আছে মেন্যুত?পঢ়ক সবিশেষ…. ১— প্লেন ৰাইচ , জিৰা ৰাইচ, পোলাও২— ছাগলীৰ মাংস৩—- মিছা মাছ ভজা৪—- আদা দিয়া সৰু মাছ৫— কাৱৈ, মাগুৰ মাছৰ আঞ্জা৬—- আৰি, ভকুৱা , বৰালিৰ টেঙা আঞ্জা৭—- চিকেন চুপ বইল৮— মাহৰ দাইলৰ লগত খাহিৰ তেল৯- মিক্সড দাইল১০—- তৰকাৰী১১– কলফুল ভাজি১২— ঢেঁকীয়া ভাজি১৩—- কল পছলা১৪— সৰু আলু ভাজি১৫— বৰা ভাজি১৬— আলু পিটিকা১৭— পদিনা চাটনি১৮— তিল চাটনি১৯— অমিতা খাৰ২০– চালাদ২১—- মিঠা দৈ২২— গোপাল জামুন Share this:FacebookX Related Post navigation মেজেণ্টা মোবিলিটিয়ে টাটা মটৰ্চৰ সৈতে ইয়াৰ অংশীদাৰীত্ব দৃঢ় কৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত স্কিল ইণ্ডিয়াই প্ৰশিক্ষণ দিলে ১.৩৫ লাখ যোগ প্ৰশিক্ষকক