এইবাৰ সুদখোৰৰ ৰূপত এগৰাকী শিক্ষক। কামৰূপৰ কিছমৎ নিজ গন্ধমৌ এম ই স্কুলৰ শিক্ষকৰ বিৰুদ্ধে অভিযোগ। শিক্ষক ধ্ৰুৱ মালাকাৰে দীৰ্ঘদিনে চলাইছে এই ব্যৱসায়। ৫ৰ পৰা ১০ শতাংশ মাহেকীয়া সুদত টকা ধাৰে দিয়ে শিক্ষকজনে। সময়ত টকা ঘূৰাব নোৱাৰিলে শাৰীৰিক, মানসিক অত্যাচাৰ কৰাৰো অভিযোগ। টকা ঘূৰাই দিয়াৰ পাছতো পুনৰ টকা বিচাৰি হাৰাশাস্তি কৰে শিক্ষকজনে। Share this:FacebookX Related Post navigation ভাৰতত আধিপত্য বিস্তাৰ কৰাৰ পৰিকল্পনা হাইচেন্সৰ শিৱসাগৰৰ দিচাং ৰজাবাৰীত ভয়ংকৰ দুৰ্ঘটনা