আৰক্ষীৰ অভিযানত লংকাত উদ্ধাৰ কৰা হৈছে সোণৰ বিস্কুট। শনিবাৰে নিশা লংকা আৰক্ষীয়ে অভিযান চলাই চহৰখনৰ ময়ুৰ হোটেলৰ ১০৩ নং কোঠাৰ পৰা দুখন সোণৰ বিস্কুট আৰু নগদ ৯লাখ টকা উদ্ধাৰ কৰে।ইয়াৰোপৰি উক্ত ঘটনাৰে জড়িত থকাৰ সন্দেহত মহাৰাষ্ট্ৰৰ কিষান কৌৰা, ৰাজেন্দ্ৰ আৰু গজেন্দ্ৰ নামৰ ৩জন লোকক আটক কৰে। Share this:FacebookX Related Post navigation চেমচাঙে ৬৫,৯৯০ টকাৰ প্ৰাৰম্ভিক মূল্যত ভাৰতত মুকলি কৰিলে ২০২৪ কিউএলইডি ৪কে প্ৰিমিয়াম টিভি ছিৰিজ মানুহে কংগ্ৰেছক নহয়, গৌৰৱকহে ভোট দিছে