খাদ্য পলম হোৱা আৰু পৰ্যাপ্ত খাদ্য নোহোৱাৰ বাবেই বিৱাহস্থলী এৰিলে দৰাই৷ বিৱাহ ঠিক কৰা কইনাক এৰি আত্মীয়ৰ আন এগৰাকী যুৱতীৰ সৈতে বিৱাহপাশত আবদ্ধ হ’ল মেহতাব নামৰ যুৱকজন৷ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা৷ দৰাপক্ষৰ বিৰুদ্ধে ১,৬০,০০০ টকা যৌতুক লোৱাৰ অভিযোগ কইনাপক্ষৰ৷ উল্লেখ্য যে, দৰাপক্ষৰ আত্মীয়ই খাদ্য পলম হোৱা আৰু পৰ্যাপ্ত খাদ্য নোহোৱাৰ অভিযোগ আনিছিল আৰু ইয়াৰ পাছতেই বিৱাহস্থলী এৰিছিল দৰাপক্ষই৷ Share this:FacebookX Related Post navigation দক্ষিণ কোৰিয়াত ভয়ংকৰ বিমান দু*ৰ্ঘটনা ভ্ৰমণশৈলী পুনৰ সংজ্ঞায়িত কৰিবলৈ দিলজিত দোচাঞ্জৰ সৈতে অংশীদাৰিত্ব মকোবাৰাই