গুৱাহাটীৰ বামুণীমৈদামৰ বি জি য়াৰ্ডত উদ্ধাৰ মানুহৰ এখন কটা ভৰি । যাত্ৰীবাহী ৰে’লৰ চকাত লাগি থকা অৱস্থাত উদ্ধাৰ কটা ভৰিখন। উজনিমুৱা দাদৰ এক্সপ্ৰেছৰ চকাৰ ওপৰৰ অংশত লাগি আছিল ভৰিখন। গুৱাহাটী ৰে’ল ষ্টেচনত যাত্ৰী নমাই বি জি য়াৰ্ডত পাৰ্কিং কৰিবলৈ আহিছিল ৰে’লখন। ৰে’লখন চাফ-চিকুণ কৰি থকা অৱস্থাতে প্ৰত্যক্ষ চাফাই কৰ্মীৰ। সম্প্ৰতি ভৰিখন উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ। Share this:FacebookX Related Post navigation বিশ্ব হৃদ দিৱস উদযাপন কৰক: হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে এমুঠি কাঠবাদাম নেপালত ভয়ংকৰ ভূমিস্খলন