অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন। অসম অৰুণাচল সীমান্তৱৰ্তী নাওবৈচাত ৰঙা সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বাবে সাজু।শতাধিক সেনা বাহিনী,আৰক্ষী,বন সুৰক্ষা বাহিনী সাজু হৈ উঠিছে।লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ফুলবাৰী সমীপৱৰ্তী ৰামপুৰত যুদ্ধং দেহি পৰিৱেশ।ৰামপুৰত অৰুণাচলীয়ে দখল কৰিছে অসমৰ ভূমি।দা,যাঠি,বন্দুকেৰে মৃত্যুৰ ভাবুকি দি আহিছে অৰুণাচলীয়ে বন বিভাগক।অৰুণাচলীৰ ভাবুকীত ত্ৰস্তামান বন বিভাগ।আজি বিয়লী উচ্চেদ অভিযান চলাব প্ৰশাসনে,তাৰ বাবেই সাজু হৈ উঠিছে সেনা,আৰক্ষী। Share this:FacebookX Related Post navigation বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চিউৰেন্সে বাজাজ এলিয়াঞ্জ লাইফ ইনভেষ্ট প্ৰটেক্ট গ’লৰ এটা নতুন সংস্কৰণ মুকলি কৰিছে পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক