আইনত পৰিণত হ’ল ৱাকফ (সংশোধনী) বিধেয়ক । সংসদৰ দুয়োটা সদতে গৃহীত হোৱাৰ ৪৮ ঘন্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ সংশোধনী বিধেয়কত স্বাক্ষৰ কৰে। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰত ৱাকফ সংশোধনী আইনত পৰিণত হয়। এতিয়া সলনি হৈছে ৱাকফৰ সম্পত্তি দাবীৰ পৰা আৰম্ভ কৰি পৰিচালনাৰ নিয়ম।শনিবাৰে নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ সংশোধনী বিধেয়কত স্বাক্ষৰ কৰে। কেন্দ্ৰীয় চৰকাৰে গেজেটত অধিসূচনা জাৰি কৰাৰ দিনৰে পৰা এই আইন কাৰ্যকৰী হ’ব। Share this:FacebookX Related Post navigation খেজুৰৰ উপকাৰীতাৰ কথা জানিলে আচৰিত হ’ব আপুনিও পলিকেব ইণ্ডিয়াই ফেন খণ্ডত দিছে দুগুণ মনোযোগ; মুকলি কৰিলে ছুপাৰ আৰঅ’আই ফেন