লামডিঙৰ শীতলা পূজাৰ মেলাত অঘটন। চলন্ত চকৰী পৰা পৰি গুৰুত্বৰভাবে আহত এজন লোক। চুনামী নামৰ চলন্ত চকৰীৰ পৰা পৰে লোকজন। ভালদৰে চিট্ বেল্ট নলগোৱাৰ ফলতে পৰি যোৱাৰ সন্দেহ।ততাতৈয়াকৈ ব্যক্তিগৰাকীক উদ্ধাৰ কৰি লৈ যোৱা হয় চিকিৎসালয়লৈআহত ব্যক্তিগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই । Share this:FacebookX Related Post navigation বিশ্ব স্বাস্থ্য দিৱসে ভাৰতৰ স্বাস্থ্য খাদ্য বজাৰত চাহিদা বৃদ্ধি কৰিলে কেলিফৰ্ণিয়া আলমণ্ডৰ নিমপাতৰ উপকাৰিতাৰ কথা জানেনে